চিংগাপুৰৰ নাইট চাফাৰী চিৰিয়াখানাত ৪টা এছিয়াটিক সিংহ কোভিডত আক্ৰন্ত

Pc- mustshare news

চিংগাপুৰৰ নাইট চাফাৰী চিৰিয়াখানাত ৪টা এছিয়াটিক সিংহ কোভিডত আক্ৰন্ত

ৰঙিলী বাৰ্ত্তাসেৱা- চিংগাপুৰৰ নাইট চাফাৰী চিৰিয়াখানাত সংক্ৰমিত কৰ্মচাৰীৰ সংস্পৰ্শলৈ অহাৰ পিছত চাৰিটা এছিয়াটিক সিংহৰ কোভিড-১৯ ৰ পৰীক্ষা কৰাৰ পাছত সিংহ কেইটা কোভিড পজিটিভ বুলি জানিব পৰা গৈছে। সিংহ কেইটাৰ কাঁহ আৰু হাঁচিকে ধৰি মৃদু লক্ষণ প্ৰদৰ্শন কৰাৰ পিছত এক পিচিআৰ পৰীক্ষা কৰা হৈছিল। ইফালে, চিৰিয়াখানাৰ অপাৰেটৰ মান্দাই বন্যপ্ৰাণী গোটৰ এজন বিষয়াই কয় যে সকলো সিংহ “সতৰ্ক হৈ আছে আৰু ভালদৰে খাই আছে।”