কেঁচা মাটি – মিন্টু গোৱলা

কেঁচা মাটি 
মিন্টু গোৱলা, লখিমপুৰ
কেঁচা মাটি বোৰে আজিও
ৰিঙিয়াই মাতে
গাওঁৰ মাটি ডৰালৈ।
বোকা মাটিৰ কেঁচা
সেউজীয়াৰ গোন্ধে
মনতো উল্লাহিত হৈ নাচি উঠে।
মাটিবোৰ কোমল
মনবোৰতো এহাজৰ সপোন।