কমনৱেলথ গেমছৰ ইতিহাসত প্ৰথমবাৰৰ বাবে লʼন বলত সোণৰ পদক লাভ ভাৰতৰ

Pc NDTV Sports

কমনৱেলথ গেমছৰ ইতিহাসত প্ৰথমবাৰৰ বাবে লʼন বলত সোণৰ পদক লাভ ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতে কমনৱেলথ গেমছৰ  ইতিহাসত লʼন বলত প্ৰথমবাৰৰ বাবে সোণৰ পদক লাভ কৰিছে। মহিলাৰ চাৰিৰ প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতৰ লাভলী চৌবে, পিঙ্কি, নয়নমনী শইকিয়া আৰু ৰূপা ৰাণী তিৰ্কীয়ে দক্ষিণ আফ্ৰিকাৰ দলটোক ১৭-১০ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে।