ইউএনজিএত বিশ্বৰ নেতৃবৃন্দই কোভিড-১৯ ভেকছিন ৰপ্তানিৰ বাবে ভাৰতক ধন্যবাদ জনাই

Pc- the Indian Express

ইউএনজিএত বিশ্বৰ নেতৃবৃন্দই কোভিড-১৯ ভেকছিন ৰপ্তানিৰ বাবে ভাৰতক ধন্যবাদ জনাই

অনলাইন বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশনত ভাষণ প্ৰদান কৰি বিশ্বৰ নেতৃবৃন্দই ভেকছিনৰ পালিৰ “আগতীয়া আৰু অৰ্থপূৰ্ণ” চালানৰ জৰিয়তে কোভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ সহায় আৰু সমৰ্থন ৰখাৰ বাবে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে। সুৰিনামৰ ৰাষ্ট্ৰপতি চন্দ্ৰিকাপাৰচাদ সান্তোখিয়ে কোভিড-১৯ৰ বিৰুদ্ধে যুঁজত ভাৰতক সমৰ্থন জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি মুহাম্মাদু বুহাৰীয়েও প্ৰদান কৰা ভেকছিনৰ বাবে ভাৰতক ধন্যবাদ জনাইছিল।