আজিৰ ৰাশিফল

Pc India.com

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আঘোণ মাহৰ ২৮ তাৰিখ সোমবাৰ , ইংৰাজী ১৫ ডিচেম্বৰ |
শুক্ল পক্ষ, দ্বাদশী তিথি ||
* *
সূৰ্য্যোদয় = ৬/৭/৩১ মি.
সূৰ্য্যোস্থয় = ৪/৩০/২১ মি.

জন্মতঃ= মেষ ৰাশি (অ, ল), ক্ষত্রিয় বৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, হাতীৰ অস্থি ||

আদ্যঋতু হলে ঃ= দুঃশীলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক’লা পাৰ চৰাই এজোৰ দান, অধিপতি গ্ৰহ – ৰাহু-কেতু || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= পূৰৈ শাক খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = কৰ্মৰ শুভ সংবাদ লাভ |
বৃষ = সঞ্চিত ধনৰ ক্ষতি হব পাৰে |
মিথুন = কৰ্মত জটিলতা বৃদ্ধি হব |
কৰ্কট = ধনৰ নতুন যোগাযোগ হব |
সিংহ = ঋণ আদায় কৰিব পাৰিব |
কন্যা = পুৰণি বন্ধুৰ সান্নিধ্য লাভ কৰিব |
তুলা = কৰ্মত জটিলতা বৃদ্ধি হব |
বৃশ্চিক = এলাহ বৃদ্ধি হব |
ধনু = ধনৰ আগমন বৃদ্ধি হব |
মকৰ = শত্রুৰ পৰা ভয় আছে |
কুম্ভ = অপমানৰ ভয় দেখা যায় |
মীন = মনত সাহসৰ অভাৱ হব |