আজিৰ ৰাশিফল

Pc The Howler

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আঘোণ মাহৰ ৬ তাৰিখ মংগলবাৰ , ইংৰাজী ২৩ নৱেম্বৰ |
কৃষ্ণ পক্ষ, চতুৰ্থী তিথি ||
* *
সূৰ্য্যোদয় = ৫/৫১/৫৯ মি.
সূৰ্য্যোস্থয় = ৪/২৭/৪২ মি.

জন্মতঃ= মিথুন ৰাশি (ড, হ), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, সৰ্পৰ অস্থি |

আদ্যঋতু হলে ঃ= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি – দুগ্ধ দান, অধিপতি গ্ৰহ চন্দ্ৰ – বুধ || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= মুলা খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = কৰ্মৰ শুভ আঁচনি হাতত লব |
বৃষ = সামাজিক মৰ্যাদা হানি হব পাৰে |
মিথুন = সঞ্চিত ধনৰ ক্ষতি হব পাৰে |
কৰ্কট = কৰ্মত সফলতা লাভ কৰিব |
সিংহ = প্ৰাপ্য ধন আদায় হব |
কন্যা = আত্মীয়ৰ পৰা শুভ সংবাদ লাভ |
তুলা = বিপৰীত লিংগৰ পৰা সহাঁৰি লাভ |
বৃশ্চিক = কাৰ্য্য সিদ্ধি লাভ কৰিব |
ধনু = অৰ্থ লাভৰ দিন |
মকৰ = মানসিক অশান্তি ভোগ কৰিব |
কুম্ভ = সম্পদ লাভ কৰিব |
মীন = এলাহ বৃদ্ধি হব পাৰে |