ভাৰতত ৮ হেজাৰ লোক নতুনকৈ কৰʼনাত সংক্ৰমিত

Pc-Mayo Clinic

ভাৰতত ৮ হেজাৰ লোক নতুনকৈ কৰʼনাত সংক্ৰমিত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ জনোৱো মতে ভাৰতত যোৱা  ২৪ ঘণ্টাত ৮,৪৮৮ জন লোত নতুনকৈ কৰʼনাত সংক্ৰমিত হৈছে। দেশখনত যোৱা ২৪ ঘণ্টাত ২৪৯ জন লোকৰ মৃত্যু হৈছে। যাৰ ফলত ভাৰতত মুঠ মৃত্যুৰ সংখ্যা ৪,৬৫,৯১১ জনলৈ বৃদ্ধি পায়। ভাৰতত বৰ্তমান ১,১৮,৪৪৩টা সক্ৰিয় ঘটনা আছে।