আজিৰ ৰাশিফল

pc- disha news india

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আঘোণ মাহৰ ৫ তাৰিখ সোমবাৰ , ইংৰাজী ২২ নৱেম্বৰ |
কৃষ্ণ পক্ষ, তৃতীয় তিথি ||
* *
সূৰ্য্যোদয় = ৫/৫১/৫৩ মি.
সূৰ্য্যোস্থয় = ৪/২৭/৫৬ মি.

জন্মতঃ= মিথুন ৰাশি (ড, হ), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, মাহেন্দ্ৰ যোগ, দেৱ গন, শ্বানৰ অস্থি |

আদ্যঋতু হলে ঃ= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, ভাল কল দান, অধিপতি গ্ৰহ — বৃহস্পতি | পুৱা ১০/৪৪/৪১ মি. পৰা কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি – দুগ্ধ দান, অধিপতি গ্ৰহ চন্দ্ৰ – বুধ || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= পটল খোৱা নিষেধ , ৰাতি মুলা খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = কৰ্ম প্ৰাপ্তিৰ সুন্দৰ যোগ চলিছে |
বৃষ = কণিষ্ঠৰ লগত মনোমালিন্য হব পাৰে |
মিথুন = সু – জ্ঞান লাভৰ সুযোগ লাভ কৰিব |
কৰ্কট = কৰ্মত যশস্যা বৃদ্ধি হব |
সিংহ = কৰ্মত জটিলতা দেখা যায় |
কন্যা = গৃহ উন্নতিৰ যোগ চলিছে |
তুলা = অযথা সময় ক্ষতি হব |
বৃশ্চিক = সামাজিক সন্মান বৃদ্ধি হব |
ধনু = প্ৰেমত কণিষ্ঠৰ সহায় লাভ কৰিব |
মকৰ = অৰ্থৰ আগমন হ্ৰাস হব |
কুম্ভ = পদ মৰ্যদা বৃদ্ধি হব |
মীন = সঞ্চয় ব্যয়াধিক হব পাৰে |