আজিৰ ৰাশিফল

Pc- india tv News

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি কাতি মাহৰ ৩০ তাৰিখ সোমবাৰ , ইংৰাজী ১৭ নৱেম্বৰ |
শুক্লা পক্ষ, ত্রয়োদশী তিথি, পুৱা ১০/৭/৩৭ মি. পৰা চতুৰ্দশী তিথি ||
* *
সূৰ্য্যোদয় = ৫/৪৭/৩০ মি.
সূৰ্য্যোস্থয় = ৪/২৯/১১ মি.

জন্মতঃ= মেষ ৰাশি ( অ, ল), ক্ষত্রিয় মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, দেৱ গন, ঘোঁৰাৰ অস্থি, পুৱা ১০/৪৩/৩১মি. মনুষ্য গন, হাতীৰ অস্থি ||

আদ্যঋতু হলে ঃ= দুঃশিলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক’লা পাৰ চৰাই এজোৰ দান, অধিপতি গ্ৰহ – ৰাহু-কেতু || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= আমিষ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = স্থান পৰিবৰ্তন হোৱাৰ যোগ আছে |
বৃষ = সামাজিক সন্মান বৃদ্ধি হব |
মিথুন = কাৰ্য্য সিদ্ধি লাভ কৰিব পাৰিব |
কৰ্কট = প্ৰেমত নিৰাশ হোৱা দেখা যায় |
সিংহ = শুভ সংবাদ লাভ কৰিব |
কন্যা = সমস্যা বৃদ্ধি হোৱা দেখা যায় |
তুলা = পদবীত উন্নতি সাধন হব |
বৃশ্চিক = অযথা ব্যয় বৃদ্ধি হোৱা দেখা যায় |
ধনু = কৰ্মক্ষেত্ৰত প্ৰতাৰিত হোৱাৰ যোগ আছে |
মকৰ = এলাহ বৃদ্ধি হোৱা দেখা যায় |
কুম্ভ = গুৰুত্বৰ অভাৱ দেখা যায় |
মীন = কাৰ্য্যত সিদ্ধি লাভ কৰিব |