আজিৰ ৰাশিফল

Pc- IndiatvNews

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি কাতি মাহৰ ২৫ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ১২ নৱেম্বৰ |
শুক্লা পক্ষ, অষ্টমী তিথি, পুৱা ৫/৫১/৫৮ মি. পৰা নৱমী তিথি ||
* *
সূৰ্য্যোদয় = ৫/৪৩/৫৭ মি.
সূৰ্য্যোস্থয় = ৪/৩১/১০ মি.

জন্মতঃ= কুম্ভ ৰাশি ( গ, শ, স), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, অগ্নি যোগ, দেৱাৰী গন, কুম্ভীৰৰ অস্থি, ||

আদ্যঋতু হলে ঃ= সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান, অধিপতি গ্ৰহ – শুক্ৰ, দিনৰ ২/৫৪/৫৭ মি. পৰা দূৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ দান অভাৱে জীয়া মাছ দান, অধিপতি গ্ৰহ – মংগল || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= লাউ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = ভ্ৰমনত কষ্ট অনুভৱ কৰিব |
বৃষ = বিবাদ নিষ্পত্তি কৰিব পাৰিব |
মিথুন = অৰ্থৰ আগমন বৃদ্ধি হব |
কৰ্কট = মনৰ আশা ভংগ হব |
সিংহ = মানসিক দুঃচিন্তা বৃদ্ধি হব |
কন্যা = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
তুলা = মানসিক দুঃচিন্তা বৃদ্ধি হব |
বৃশ্চিক = আশা ভংগ হোৱা দেখা যায় |
ধনু = পদ মৰ্যদা বৃদ্ধি হব |
মকৰ = নতুন যোগাযোগ লাভ কৰিব |
কুম্ভ = এলাহ বৃদ্ধি হব |
মীন = মানসিক শান্তি লাভ কৰিব |