আজিৰ ৰাশিফল

pc India.com

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি কাতি মাহৰ ২৪ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ১১ নৱেম্বৰ |
শুক্লা পক্ষ, সপ্তমী তিথি, পুৱা ৬/৫৯/১ মি. পৰা অষ্টমী তিথি ||
* *
সূৰ্য্যোদয় = ৫/৪২/৫৯ মি.
সূৰ্য্যোস্থয় = ৪/৩১/৫৩ মি.

জন্মতঃ= মকৰ ৰাশি (খ, জ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, অগ্নি যোগ, দেৱ গন, কুম্ভীৰৰ অস্থি, ||

আদ্যঋতু হলে ঃ= সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান, অধিপতি গ্ৰহ – শুক্ৰ || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= নাৰিকল খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = আত্মীয়ৰ দ্বাৰা ক্ষতি হব পাৰে |
বৃষ = মানসিক অশান্তি বৃদ্ধি হব |
মিথুন = প্ৰাপ্যৰ পৰা হানি হব |
কৰ্কট = পুৰণি বন্ধুৰ সান্নিধ্য লাভ কৰিব |
সিংহ = হঠাৎ ভ্ৰমণ যোগ আছে |
কন্যা = নতুন যোগাযোগ লাভ কৰিব |
তুলা = মনৰ আশা পূৰন হব |
বৃশ্চিক = আশা ভংগ হোৱাৰ যোগ আছে |
ধনু = কাৰ্য্যত সিদ্ধি লাভ কৰিব |
মকৰ = সা – সম্পদ লাভ হোৱাৰ যোগ চলিছে |
কুম্ভ = ভ্ৰমণত শুভ যোগাযোগ লাভ কৰিব |
মীন = সু – সংবাদ লাভ কৰিব |