ভাৰতত নতুনকৈ ১১হেজাৰ লোক কৰʼনাত সংক্ৰমিত

pc- Live science

ভাৰতত নতুনকৈ ১১হেজাৰ লোক কৰʼনাত সংক্ৰমিত

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ কৰʼনাত সংক্ৰমিত হৈছে। আৰু ৪৬০ জনলোকৰ নতুনকৈ কৰʼনা সংক্ৰমণৰ ফত মৃত্যু হৈছে। ভাৰতত বৰ্তমানলৈ মুঠ ৪,৬১,৮৪৯ জন লোকৰ কৰʼনা সংক্ৰমণৰ ফলত মৃত্যু হৈছে।৩,৪৩,৮৮,৫৭৯ জন লোক এতিয়ালৈ ভাৰতত কৰʼনাত সংক্ৰমিত হৈছে।ভাৰতত বৰ্তমান ১,৩৯,৬৮৩টা সক্ৰিয় ঘটনা আছে।়