আজিৰ ৰাশিফল

pc Kalinga TV

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি কাতি মাহৰ ৮ তাৰিখ মংগলবাৰ , ইংৰাজী ২৬ অক্টোবৰ |
কৃষ্ণা পক্ষ, ষষ্ঠী তিথি |
* *
সূৰ্য্যোদয় = ৫/৩২/৩৯ মি.
সূৰ্য্যোস্থয় = ৪/৪১/৯ মি.

জন্মতঃ= মিথুন ৰাশি (ক, ছ), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, সৰ্পৰ অস্থি ||

আদ্যঋতু হলে = কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি–দুগ্ধ দান, অধিপতি গ্ৰহ — বুধ আৰু চন্দ্ৰ || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ তিতা খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = নতুন যোগাযোগ লাভ কৰিব |
বৃষ = ধন, সম্পদ লাভ কৰিব |
মিথুন = মানসিক দুঃচিন্তা বৃদ্ধি হব |
কৰ্কট = ঋণ আদায় কৰিবলৈ সক্ষম হব |
সিংহ = কৰ্মত জটিলতা দেখা যায় |
কন্যা = ঠগ, প্ৰৱঞ্চকৰ পৰা সাৱধান হব |
তুলা = শত্রু বৃদ্ধি হোৱাৰ যোগ আছে |
বৃশ্চিক = মনৰ আশা পূৰন হব |
ধনু = অযথা ব্যয় বৃদ্ধি হব পাৰে |
মকৰ = ঋণ পৰিশোধ কৰিবলৈ পাৰিব |
কুম্ভ = দাম্পত্য জীৱনৰ সুখ বৃদ্ধি হব |
মীন = আত্মীয়ৰ আগমন ঘটিব |