আজিৰ ৰাশিফল

Pc Hindustan Times

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি শাওঁন মাহৰ ২৫ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ১১ আগষ্ট |
শুক্ল পক্ষ , চতুৰ্দশী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৪৬/১৯ মি.
সূৰ্য্যোস্থয় = ৬/০/৩ মি.

ভক্ষ্যাভক্ষ্যঃ= আমিষ খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = বিবাদ নিষ্পত্তি কৰিব পাৰিব |
বৃষ = সন্মান লাভ কৰিব |
মিথুন = মানসিক কষ্ট ভোগ কৰিব |
কৰ্কট = নতুন যোগাযোগ লাভ কৰিব |
সিংহ = জেষ্ঠজনৰ পৰা দুঃসংবাদ লাভ কৰিব |
কন্যা = আত্মীয় সুখ লাভ কৰিব |
তুলা = পিতৃ-মাতৃৰ ৰোগ বৃদ্ধি হব |
বৃশ্চিক = সম্পদ বৃদ্ধি হব |
ধনু = কৰ্মত জটিলতা বৃদ্ধি হব |
মকৰ = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কুম্ভ = অযথা ব্যয় বৃদ্ধি হব |
মীন = নতুন আশাৰ সঞ্চাৰ হব |