মইনা নায়কলৈ ১৩,৪১,৪৯৮ টকাৰ চেক প্রদান মন্ত্রী সঞ্জয় কিষাণৰ 

Pc The janambhumi

মইনা নায়কলৈ ১৩,৪১,৪৯৮ টকাৰ চেক প্রদান মন্ত্রী সঞ্জয় কিষাণৰ 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- শ্ৰম আৰু চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্রী সঞ্জয় কিষাণে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউ কক্ষত চিকিৎসাধীন হৈ থকা চাহ শ্রমিক মইনা নায়কৰ স্বাস্থ্যৰ বুজ লােৱাৰ লগতে ডিব্ৰুগড় জিলাৰ সহকাৰী শ্ৰম আয়ুক্ত আৰু লক্ষ্মী টি কোম্পানী প্রাইভেট লিমিটেড হৈ মুঠ ১৩,৪১,৪৯৮.০০ টকাৰ এখন চেক প্রদান কৰে। উল্লেখযােগ্য যে কিছুদিন পূর্বে ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ শ্ৰমিক মইনা নায়ক কলঘৰৰ চি টি চি মেচিনৰ তলত ঝাড়ু মাৰি থাকোতে গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছিল