আইচিচিৰ ৰেংকিঙ তালিকাত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ স্থান হ্ৰাস

pc India.com

আইচিচিৰ ৰেংকিঙ তালিকাত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ স্থান হ্ৰাস

ৰঙিলী বাৰ্ত্তাসেৱা-  আইচিচিয়ে এদিনীয়া বেটছমেনসকলৰ বাবে শেহতীয়া ৰেংকিং ঘোষণা কৰিছিল।বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই ক্ৰমান্বয়ে চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰিছে। ইফালে, ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত প্ৰথমটো এদিনীয়া শতক অৰ্জন কৰা ঋষভ পন্তে ২৫ টা স্থান জঁপিয়াই ৫২ তম স্থান লাভ কৰে। তদুপৰি, হাৰ্দিক পাণ্ডিয়াই আঠটা স্থান জঁপিয়াই ৪২স্থান লাভ কৰে।