অসম আৰু উত্তৰ প্ৰদেশত ৰহস্যজনক জ্বৰ – স্ক্ৰাব টাইফাছ

pc News18

অসম আৰু উত্তৰ প্ৰদেশত ৰহস্যজনক জ্বৰ – স্ক্ৰাব টাইফাছ

অনলাইন বাৰ্ত্তাসেৱা – উত্তৰ প্ৰদেশ আৰু অসমৰ কেইবাখনো জিলাত স্ক্ৰাব টাইফাছ নামৰ এবিধ ৰহস্যজনক জ্বৰৰ ঘটনা সংঘটিত হোৱা বুলি জনা গৈছে। স্ক্ৰাব টাইফাছ হৈছে অৰিয়েণ্টিয়া চুটচুগামুচি নামৰ এবিধ বেক্টেৰিয়াৰ দ্বাৰা হোৱা এক ৰোগ। ই সংক্ৰমিত চিগাৰ(লাৰ্ভা মাইট)ৰ কামোৰৰ ফলত মানুহৰ দেহলৈ  বিয়পে। ইয়াৰ লক্ষণবোৰ সাধাৰণতে কামোৰাৰ ১০ দিনৰ ভিতৰত আৰম্ভ হয়। ইয়াৰ ভিতৰত আছে জ্বৰ আৰু ঠাণ্ডা, মুৰৰ বিষ, শৰীৰৰ বিষ, দাগ আৰু পেশীৰ বিষ।

(UD.)