অনলাইন বাৰ্ত্তাসেৱা – অবৈধ ৰহিংগীয়া প্ৰব্ৰজনকাৰীসকলে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে আৰু তেওঁলোকৰ কিছুমানে ভাৰতত অবৈধ কাৰ্যকলাপত লিপ্ত হোৱাৰ খবৰ পোৱা গৈছে, গৃহ মন্ত্ৰালয়ে মঙলবাৰে লোকসভাত এই বিষয়ে জনায়। “বৈধ ভ্ৰমণ নথিপত্ৰ অবিহনে [ভাৰতত] প্ৰৱেশ কৰা বা ভাৰতত থাকোঁতে যাৰ নথিপত্ৰৰ ম্যাদ উকলি গৈছে তেওঁলোকক অবৈধ প্ৰব্ৰজনকাৰী হিচাপে গণ্য কৰা হয়,” গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে উল্লেখ কৰে।
(UD.)