কভি’ডত মৃত্যু হোৱা পৰিয়ালক সাহায্য প্ৰদান- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

pc The Economic Times.jpg

কভি’ডত মৃত্যু হোৱা পৰিয়ালক সাহায্য প্ৰদান- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অনলাইন বাৰ্ত্তাসেৱা- কভি’ডত মৃত্যু হোৱা লোকসকলৰ বাবে চৰকাৰৰ তৰফৰ পৰা নতুন আঁচনি ৰূপায়নৰ দ্বাৰা সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে । কভি’ডত মৃত্যু হোৱা প্ৰতিজন লোকৰ পৰিয়ালক দিয়া হ’ব ১ লাখ টকাৰ সাহায্য ।আৰু লগতে স্বামীহাৰা মহিলাক দিয়া হ’ব আঢ়ৈ লাখ টকাৰ সাহায্য।

(Utpal Kalita)