সাগৰে নাজানিলে তোমাৰ বিশালতা – মাৰ্জিনা বেগম
সাগৰে নাজানিলে তোমাৰ বিশালতা মাৰ্জিনা বেগম, বৰপেটা সাগৰে নাজানিলে তোমাৰ বিশালতা সেয়েতো শুও বুলোতেই শুৱাই ল’লে বুকুত উশাহটোকে সামৰি লৈ Read more
সাগৰে নাজানিলে তোমাৰ বিশালতা মাৰ্জিনা বেগম, বৰপেটা সাগৰে নাজানিলে তোমাৰ বিশালতা সেয়েতো শুও বুলোতেই শুৱাই ল’লে বুকুত উশাহটোকে সামৰি লৈ Read more
জুবিন মানে কি? যোগাষীস বৰকটকী জুবিন মানে তৰোৱাল জুবিন মানে অসম জুবিন মানে জনসমুদ্ৰ জুবিন মানে এটা যোগ কত হেৰাল Read more
তুমিয়েই সাগৰ ৰূপালী চুতীয়া ডিব্ৰুগড় হঠাতে হেৰাল কাৰ চোতালত আমাৰ হিয়াৰ আমঠু তুমি নিজেই সাগৰ সদৃশ হৈও কিয় শুবলৈ গলা Read more
হিয়াৰ আমঠু তুমি জুবিন দা আয়শা ছিদ্দিকা (আছৰি) বাংলিপাৰা, বৰপেটা অসমীয়াৰ হাৰ্টথ্ৰৱ জুবিন দা তুমি যে হিয়াৰ আমঠু তুমি অবিহনে Read more
অশ্ৰুসিক্ত নয়নে প্ৰাণৰ শিল্পী জুবিন লৈ একাঁজলি শ্ৰদ্ধাঞ্জলি এই মৃত্যু অকল্পনীয় ইভা গন্ধীয়া ফুকন মৃত্যু চিৰন্তন সত্য তথাপি এই মৃত্যু Read more
নিঃসহায় ডাঃ যুতিকা ওজা কণ্ঠ ৰুদ্ধ, মোৰ দুখৰ উচপনিত অসহায়! অতি অসহায় সুগন্ধৰ মাজতো স্থবিৰতা, অশ্রু গোট মাৰি বুকুতে খন্দিয়াইছে Read more
এই মৃত্যু অকল্পনীয় ইভা গন্ধীয়া ফুকন মৃত্যু চিৰন্তন সত্য তথাপি এই মৃত্যু অকল্পনীয় ক্ষণিকতে এটি উজ্জ্বল নক্ষত্ৰ সৰি পৰিল সংগীত আকাশৰ পৰা Read more
জীৱন নীৰৱতাৰো সুৰ আছে নীলমণি গগৈ সময় হ’লে সমীৰে কঢ়িয়াই সজীৱ নীৰৱতাৰ সপ্তসুৰৰ তান ভানুৰ দৰেই গায় নীৰৱতাৰ গান পাৰ্থক্য Read more
ভূমিকম্পৰ আৱাহন মুজাম্মেল হ’ক, গুৱাহাটী মৃত্যুৱে শেষ কৰিব নোৱাঁৰা সাহস কোৱা লাগে কাক, দুখীয়া বেমাৰীৰ শেষ নিশ্বাস গৈ জগালে সমাজক। Read more
শুভ সন্ধিয়া জাহ্নৱী দেৱী, ডিব্ৰুগড় সন্ধিয়াৰ শুভ ক্ষণত সোঁৱৰণিৰ পৃষ্ঠা লুটিয়াই চাওঁ ,শুভ্ৰ শেৱালিৰ সুবাস বিচাৰি পাওঁ নেকি? শাৰদী ৰাণীৰ Read more