AK-47 ৰাইফল কঢ়িয়াই অনা নাও মহাৰাষ্ট্ৰৰ উপকূলৰ পৰা উদ্ধাৰ 

pc news18

AK-47 ৰাইফল কঢ়িয়াই অনা নাও মহাৰাষ্ট্ৰৰ উপকূলৰ পৰা উদ্ধাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  মহাৰাষ্ট্ৰত ৰাইগড়ৰ উপকূলৰ ওচৰত অস্ত্ৰ-শস্ত্ৰ কঢ়িওৱা এখন মানৱবিহীন নাও উদ্ধাৰ হোৱাৰ পিছতে হাই এলাৰ্ট জাৰি কৰা হৈছে। আৰক্ষীয়ে উদ্ধাৰ কৰা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত আছিল এ কে-৪৭ ৰাইফল। আৰক্ষীয়ে জনোৱা মতে, নিৰাপত্তাৰক্ষীৰ নাওখন ওমানৰ নিৰাপত্তাৰক্ষীৰ। ভাঙি পেলোৱা আৰু অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে যিবোৰ কাৰো বাবে কোনো কামত নাহে বুলিও আৰক্ষীয়ে লগতে কয়।