অণু গল্প
ন্যায়
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
মানুহজনক শত কোটি মানুহে ভালপায়। কিন্তু কোনেও ন্যায় দিব নোৱাৰিলে। বাটৰ কাষত থকা পাগলজনে মনতে ভোৰভোৰাই গৈ থাকিল।