অণুগল্প
বিভ্ৰান্তি
মামণি পাপৰি বৰুৱা বৰা,
কলিয়াবৰ
জোখতকৈ বস্তুৰ দামবোৰ যেন দিনে দিনে বাঢ়িয়েই আছে। দিন হাজিৰা কৰি পোৱা টকা কেইটাৰে সংসাৰ খনৰ জোৰা টাপলি মাৰিব নোৱাৰা অৱস্থা হৈছে নৰেন্দ্ৰৰ….
লোকৰ ঠেলা খন চলাই চলাই ভাৰা কঢ়িয়াই ভাৱি গৈছে, চহৰলৈ অহাত কৈ গাঁৱতেই থাকি যদি হাতে পাতে বিভিন্ন খেতি কে কৰিলো হেতেন… আজিৰ দৰে হয়তো কষ্টৰ বিনিময় ইমান কম নহ’ল হেঁতেন।
