ৰাখী বন্ধন– ৰাজলক্ষ্মী বৰঠাকুৰ

pc-hindustan

ৰাখী বন্ধন

ৰাখী বন্ধন,,,
এই শব্দটিয়ে ভাতৃ -ভগ্নীৰ মাজত থকা মধুৰ সম্পর্কৰ
কথা আমাক সোঁৱৰাই দিয়ে,,
এই পবিত্র দিনটোত ভগ্নীয়ে ভাতৃক ৰাখী পিন্ধাই
ভাতৃৰ দীর্ঘায়ু কামনা কৰে,,
আৰু ভাতৃয়ে ভগ্নীক বিপদে -আপদে
ৰক্ষা কৰিম বুলি শপত লই
সেইয়ে সকলোৱে এই পবিত্র দিনটোৰ মান
ৰক্ষা কৰিব লাগে ।

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট
৭০০২৪৪৩৭৮২