সম্প্ৰীতি – প্ৰভাত বণিয়া

Pc Wallpapaers.com

সম্প্ৰীতি

প্ৰভাত বণিয়া

সময় হ’ল একলগ হোৱাৰ
গাইগুটীয়া চিন্তা চৰ্চাৰ দিন উকলিল
আমি অসমীয়া স্বাভিমানী,
সংহতিৰ মহান মন্ত্ৰ তেজে তেজে,
কন্থে কণ্ঠে নিনাদিত
“মিলিব লাগে,মিলাব লাগে ” সম্প্ৰীতিৰ গান

ভাল ভাৰতীয় আমি
এক জাতি এক প্ৰাণ

পৃথিৱী আমাৰ ঘৰ।