স্মৃতি – ভাৰতী বসুমতাৰী

Pc Infinity Keepsakes

অণুগল্প

স্মৃতি

ভাৰতী বসুমতাৰী, হোজাই

তোমাৰ হাঁহিতেই যেন লুকাই আছে মোৰ জীয়াই থকাৰ শক্তি আৰু প্ৰেৰণা…. ডায়েৰী পৃষ্ঠাৰ আখৰবোৰ নেদেখা হৈ পৰিল চশমাযোৰ খুলি চকুৰ কোণ দুটাৰ অদৃশ্য চকুপানী মচি ললে তাই…