নিসংগতা – হীৰক কলিতা February 21, 2026February 19, 2026 Rongili Barta নিসংগতা হীৰক কলিতা , নলবাৰী মই অকলে ঘুৰি থাকোঁতেই মোৰ ছাঁটোক মই প্ৰশ্ন কৰিলোঁ , তোমাৰ সংগী কোন ? ছাঁটোৱে ক’লে তুমি ।