এখন ছবি – যমুনা দুলু বৈশ্য

অণুগল্প

এখন ছবি

যমুনা দুলু বৈশ্য,শুৱালকুছি 

সত্য ,শুদ্ধতাৰে সিক্ত মুক্ত এখন ছবি —।

হৃদয় আলোড়িত কৰা ,শাশ্বত অন্তৰাত্মক জীয়াই তোলা জীৱনৰ প্ৰেৰনা আৰু আনন্দ —! !

দিন-ৰাতি স্বৰ্গ ,মত্য বুকু জুৰ পেলোৱা —তুমি যে মোৰ কিমান আপোন ।