কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীৰ ৰাজভৱনত ব্ৰক্ষপুত্ৰ উইং উদ্বোধন
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীৰ ৰাজভৱনত ব্ৰহ্মপুত্ৰ উইং উদ্বোধন কৰি দেশৰ চাইবাৰ আৰু অভ্যন্তৰীণ সুৰক্ষা শক্তিশালী কৰাৰ বাবে একাধিক প্ৰকল্প ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে।অসমৰ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, অসমৰ প্ৰাক্তন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু জগদীশ মুখীৰ উপৰি বানোৱাৰীলাল পুৰোহিতৰ সৈতে এই অভিনৱ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰে।