কৌতুক
পতিপত্নীৰ কথোপকথন
শৈলেন কুমাৰ,মিৰ্জা
পত্নী – তোমাৰ লগত দহটা বছৰ অতিবাহিত কৰিলোঁ,তুমি আজিলৈকে মোক কোনো বস্তুৰে অভাৱ অনাটন হবলৈ দিয়া নাই,কেতিয়াবা মই ভাৱোঁ কোনোবা জনমত মই কিবা ভাল কাম কৰিছিলোঁ চাগে যাৰবাবে তোমাক পতি হিচাপে পাইছোঁ ৷
পতি – ( মনতে ভাবিবলৈ ধৰিলে ) দহ বছৰ আগতে যিটো ভুল কৰিছিলোঁ তাৰেহে পৰাচিত কৰি আছোঁ মই,তাইৰ সৌভাগ্য মোৰ বাবে দুৰ্ভাগ্য ৷