ৰাছিয়াত এদিনত সবাধিক ৭৫২জন লোকৰ কৰ’নাৰ সংক্ৰমণত মৃত্যু

pc Coda Story

বাত্তাসেৱা- ৰাছিয়াত কৰ’না ভাইৰাছত সংক্ৰমিত হৈ এদিনত সবাধিক ৭৫২ জন লোকৰ মৃত্যু ঘটিছে। কৰ’না মহামাৰী আৰম্ভ হোৱাৰে পৰা ৰাছিয়াত শনিবাৰে সবাধিক লোকৰ এই সংক্ৰমণত মৃত্যু ঘটা লোকৰ সংখ্যা ৰ,৪২,২৫৩ জন হৈছেগৈ। আনহাতে শনিবাৰে ৰাছিয়াত নতুনকৈ সংক্ৰমিত হয় ২৫,০৮২ জন লোক। ইয়াৰে প্ত,৬১৮ জন লোক সংক্ৰমিত হৈছে ৰাজধানী মস্কোত।