টকিঅ’ পেৰালিম্পিকত ভাৰতে অংশগ্ৰহণ কৰিব ৯ টা ক্ৰীড়া প্ৰতিযোগিতাত

pc The Statesman.jpg

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতে ২৪ আগষ্টৰ পৰা টকিঅ’ পেৰালিম্পিকত নটা ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ২০১৬ চনৰ পেৰালিম্পিকৰ তুলনাত কমেও ৪২ জন ভাৰতীয় পেৰা-এথলীটে এই খেলত অংশগ্ৰহণ কৰিব য’ত পাঁচখনত ১৯ জন পেৰা-এথলীটে লাভ কৰিছিল দুটা সোণৰ পদক, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক। পেৰালিম্পিকত ভাৰতীয় দলক নেতৃত্ব দিব ডিফেণ্ডিং পুৰুষৰ হাই জাম্প চেম্পিয়ন মাৰিয়াপ্পান থাংগাভেলুৱে।

(UD.)