বেহাৰবাৰীত ভংয়কৰ দুৰ্ঘটনা

pc- onmanorama

বেহাৰবাৰীত ভংয়কৰ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীৰ বেহাৰবাৰীত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। শিলচৰ অভিমুখী ট্রাকে ডাম্পাৰত খুন্দা মাৰাৰ ফলত সংঘটিত এই দুৰ্ঘটনা । দুৰ্ঘটনা সংঘটিতত হোৱা ট্ৰাকখনৰ নম্বৰ এ এছ ২৮ এ চি ০৪৫৭ আৰু ডাম্পাৰখনৰ নম্বৰ এ এছ ০১ ডি ডি ৬৫৫৫।দুৰ্ঘটনাত থিতাতে নিহত হৈ ট্রাকচালক জন। নিহত ট্ৰাকচালকজনৰ নাম ৰেজাবুল ইছলাম।হাউলীৰ পৰা শিলচৰ অভিমুখে গৈ আছিল ট্রাকখন। ৰাজপথত ৰখাই থোৱা ডাম্পাৰৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ।