মহানগৰীত সান্ধ্য আইন ভংগ কৰিলে কঠোৰ হব জিলা প্ৰশাসন

Pc- thesentinalassam

অনলাইন বাৰ্ত্তাসেৱা- অতিৰিক্ত উপায়ুক্ত (ADC) ৰ নেতৃত্বত জিলা প্ৰশাসনে গঠন কৰিব টাস্ক ফ’ৰ্চ ।ADC য়ে সান্ধ্য আইন চলি থকাৰ সময়ত ৰাজপথত কৰিব ছাডেন ভিজিট ।সান্ধ্য আইন ভংগ কৰাৰ বিৰুদ্ধে গ্ৰহণ কৰিব বিহিত ব্যৱস্থা ।মহানগৰীত কঠোৰ হৈছে জিলা প্ৰশাসন।সান্ধ্য আইনৰ সময়ত মহানগৰীত পদপথত ওলাই আহিব নোৱাৰিব কোনো লোক ।সন্ধিয়া চাইকেল চলোৱা, খোজ কৰা, দৌৰা আদিৰ পৰা বিৰত থাকিব লাগিব মহানগৰবাসীয়ে ।