ধুমুহা – হিয়া তালুকদাৰ

ধুমুহা

হিয়া তালুকদাৰ, টিহু 

মোৰ জীৱনলৈও
এজাক ধুমুহা ,
আহিছিল ।
সৌ তাহানিতে
সেইজাক ধুমুহা
মই নিজে,
গুচাইছিলো ।
কেনেকৈ যে
সেই ধুমুহাজাক
আতৰি গ’ল ,
তাৰ একো
গ’মকে নাপালো ।