উজান বজাৰত মৃতদেহ উদ্ধাৰ

Pc The Indian Express

উজান বজাৰত মৃতদেহ উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা–  উজান বজাৰত মৃতদেহ উদ্ধাৰ। শিৱৰাম পথত এখন অটোত উদ্ধাৰ হৈ মৃতদেহটো। মৃত যুৱকজনৰ নাম ৰূপম দাস। ৰূপমৰ ঘৰ খাৰঘুলি বেলতলত। ড্ৰাগছ আসক্ত ৰূপম দাস ৰিহেব চেণ্টাৰত আছিল।পৰিয়ালৰলোকে ৰূপমক ৬ মাহ পূৰ্বে ৰিহেব চেণ্টাৰত ৰাখিছিল। পূজাত মাতৃয়ে ঘৰলৈ আনিছিল ৰূপমক। বৃহস্পতিবাৰে বিয়লি ৪ বজাত ঘৰৰ পৰা ওলাই আহিছিল ৰূপম। আৰু আজি এখন অটোত উদ্ধাৰ হয় ৰূপমৰ মৃতদেহ। পৰিয়ালৰ লোকে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে।