চিৰকৃতজ্ঞ – যমুনা দুলু বৈশ্য

PC - Gratefulness.org
চিৰকৃতজ্ঞ
মাকক খুজি কমলে পাচহাজাৰ টকা কিতাপ কিনিম বুলি নি সময়ত ঘৰলৈ অহাত মাকে কিতাপ আনিলে নে ? বুলি সোধাত সি একো নকলে।কমল ঘৰত নথকাত তাৰ বন্ধু অৰূপে আহি মাকৰ হাততে টকা  খিনি   দি তাৰ ওচৰত  চিৰকৃতজ্ঞ   বুলি ক’লে, কিহৰ বাবে আচল কথাটোৰ উমান পালে, নহলে ভায়েকে পৰীক্ষাত বহিব নোৱাৰিলে হয়  ।
যমুনা দুলু বৈশ্য, শুৱালকুছি