আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||
আজি আহাৰ মাহৰ ৮ তাৰিখ বুধবাৰ , ইংৰাজী ২৩ জুন |
শুক্লাপক্ষ, ত্রয়োদশী তিথি, পুৱা ৬/৫৯/৪১মি. পৰা চতুৰ্দশী তিথি |
সূৰ্য্যোদয় = ৪/৩৬/৪৫ মি.
সূৰ্য্যোস্থয় = ৬/১৪/৫৮ মি.
জন্মত= বৃশ্চিক ৰাশি (ন, য), বিপ্ৰবৰ্ন, বৰুণ যোগ, দেৱ গন, হৰিণৰ অস্থি ||
আদ্যঋতু হলে= পতিহীনা যোগ, ৯০ দিনীয়া ব্ৰত, ক”লা গৰু বা ছাগলী দান ||
*আজিৰ ৰাশিফলঃ* =
মেষ = মনৰ আশা পূৰন হব |
বৃষ = বাধা_বিঘিনিৰ সম্মুখীন হব |
মিথুন = ভ্ৰমণ সুখ লাভ কৰিব পাৰিব |
কৰ্কট = মানসিক অৱসাদ লাভ কৰিব |
সিংহ = সৰ্ব কৰ্ম সিদ্ধি যোগ আছে |
কন্যা = উপাৰ্জন বৃদ্ধি হব |
তুলা = গ্লানি ভয়ে দেখা দিব |
বৃশ্চিক = ঘৰুৱা বেমেজালিৰ সৃষ্টি হব |
ধনু = মনত উদাশ ভাব উদয় হব |
মকৰ = ধন সম্পদ হানি হব পাৰে |
কুম্ভ = শুভ সংবাদ লাভ কৰিব |
মীন = কৰ্মত পৰিবৰ্তন অাহিব পাৰে |