মহানগৰীৰ জি এছ ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা

মহানগৰীৰ জি এছ ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ জি এছ ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হয় AS 03Z 7777 নম্বৰৰ এখন বাহন। বাহনখনৰ চালকজন সুৰামত্ত অৱস্থাত থকাৰ অভিযোগ। বাহনখনে এখন চলন্ত বাছত খুন্দা মাৰে। এই দুৰ্ঘটনাত বাহনখনৰ বিস্তৰ ক্ষতি হয়। বাহনখন সন্মুখত ভাগ চূৰ্ণ–বিচূৰ্ণ হৈ পৰে। দুৰ্ঘটনাৰ পিছতে বাহনখনত থকা লোকজনে সাংবাদিককো অপদস্থ কৰাৰ চেষ্টা কৰাৰ অভিযোগ উঠিছে।