পুনৰ বিতৰ্কত হাৰ্টথ্ৰব জুবিন গাৰ্গ

Pc The Economic Times

মোৰ আজি গান গাবলৈ মন নাই,পুনৰ বিতৰ্কত হাৰ্টথ্ৰব জুবিন গাৰ্গ

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ বিতৰ্কত হাৰ্টথ্ৰব জুবিন গাৰ্গ।এইবাৰ গান নোগোৱাকৈ মঞ্চৰ পৰা নামিল জুবিন।শিৱসাগৰত এটাও গীত পৰিৱেশন নকৰাকৈ মঞ্চৰ পৰা নামিল জুবিন গাৰ্গ। সুৰাৰ ৰাগীত মাতাল হৈ গীত পৰিৱেশন কৰাৰ পৰা বিৰত থাকিল শিল্পী গৰাকী।জুবিনৰ এনে আচৰণত দৰ্শকৰ ক্ষোভ।জুবিন গাৰ্গ গ’ বেক ধ্বনিৰে উত্তাল শিৱসাগৰ। বিধায়ক অখিল গগৈৰ উদ্যোগত অনুষ্ঠিত প্ৰতিভা সন্ধানী প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়ালৈ আমন্ত্ৰণ জনোৱা হৈছিল জুবিনক।