এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ দিলে জেহাদীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ জেহাদীৰ।বৰপেটাৰ বহৰিৰ বুনাগোসাঁই থানৰ চৌহদত জেহাদীয়ে পেলাই থৈ গ’ল ভাবুকি ভৰা পত্ৰ।বান্দালি ৰিজাৰ্ভ উচ্ছেদ কৰি চাওকচোন বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ দিলে জেহাদীয়ে।মুখ্যমন্ত্ৰীক নিষিদ্ধ মাংস খাবলৈয়ো প্ৰত্যাহ্বান জনাইছে জেহাদীয়ে।ইতিমধ্যে বহৰিৰ তাৰাবাৰী আৰক্ষীয়ে জেহাদীৰ পত্র জব্দ কৰি তদন্ত আৰম্ভ কৰিছে।