ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

Pc Facebook

ৰঙিলী বাৰ্ত্তাসেৱা-  বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে।অনুষ্ঠানত মুখ্যমন্ত্রী গৰাকীয়ে মহাবিদ্যালয়ৰ অধ্যক্ষক ১ম স্থান পোৱা শিক্ষাৰ্থীক বেৰী হোৱাইট বঁটা আগবঢ়োৱাৰ পৰামৰ্শ দিয়ে। এই বঁটাত ৫ লাখ টকাৰ নগদ পুৰস্কাৰ থাকিব বুলি মুখ্যমন্ত্রী গৰাকীয়ে জানিবলৈ দিয়ে। উক্ত অনুষ্ঠানত মন্ত্ৰ কেশৱ মহন্ত সহ ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।