কাজিৰঙাত মৃত্যু এশিঙীয়া গঁড়ৰ

pc ETV Bharat

কাজিৰঙাত মৃত্যু এশিঙীয়া গঁড়ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৃত গঁড় উদ্ধাৰ। কঁহাৰ ৰেঞ্জত উদ্ধাৰ কৰা হৈছে মৃত গঁড়টো। বন বিভাগৰ দলে প্ৰত্যক্ষ কৰে মৃত গঁড়টো। বয়স হোৱা বাবেই গঁড়টোৱে স্বাভাৱিক মৃত্যুক সাবটি লোৱা বুলি প্ৰকাশ কৰিছে বন বিভাগে। গঁড়টোৰ খড়্গটো উদ্ধাৰ কৰিছে বন বিভাগে।