আজিৰ ৰাশিফল

Pc MARCA

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ৩ তাৰিখ মংগলবাৰ , ইংৰাজী ২০ চেপ্তেম্বৰ |
কৃষ্ণ পক্ষ , দশমী তিথি ||
*

ভক্ষ্যাভক্ষ্যঃ= কলমৌ খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = প্ৰেমত শুভ দেখা যায় |
বৃষ = সম্পদ লাভৰ যোগ আছে |
মিথুন = সমস্যাৰ সমাধান হব |
কৰ্কট = মনৰ আশা পূৰন হব |
সিংহ = আত্মীয়ৰ লগত বিৰোধ হব |
কন্যা = সু সংবাদ লাভ কৰিব |
তুলা = নিজৰ কামত শান্তি লাভ কৰিব |
বৃশ্চিক = গৃহ সুখ লাভ কৰিব |
ধনু = কৰ্মত জটিলতা বৃদ্ধি হব |
মকৰ = মনৰ আশা ভংগ হব |
কুম্ভ = গৃহ ক্লেশ বৃদ্ধি হব |
মীন = সম্পদ লাভ কৰিব |