ভূমি কেলেংকাৰীৰ গোচৰত সঞ্জয় ৰাউতৰ জিম্মা ১৯ ছেপ্টেম্বৰলৈ বৃদ্ধি
ৰঙিলী বাৰ্ত্তাসেৱা- এখন বিশেষ আদালতে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতৰ ন্যায়িক জিম্মা ১৯ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে।১ আগষ্টত ইডিয়ে ১,০৩৪ কোটি টকাৰ পাত্ৰ চাউল ভূমি কেলেংকাৰী গোচৰত ছয় ঘণ্টাৰো অধিক সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বে আগষ্ট মাহত একেটা গোচৰৰ সন্দৰ্ভত তদন্তকাৰী সংস্থাটোৱেও ৰাউতৰ পত্নীক সোধা-পোছা কৰিছিল।