স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ দিন ঘোষণা

Pc India.com

স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ দিন ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা-  অৱশেষত ঘোষণা কৰা হ’ল স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ দিন।৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষা।বানৰ সংহাৰৰ বাবে পিছুৱাই দিয়া হৈছিল পৰীক্ষাৰ সময়সূচী।ইতিমধ্যে জিলা উপায়ুক্তসমূহলৈ জাৰি কৰা হৈছে নিৰ্দেশনা।