পুনেত সৰু প্ৰশিক্ষকৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

Pc Hindustan Times

পুনেত সৰু প্ৰশিক্ষকৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

ৰঙিলী বাৰ্ত্তাসেৱা-   বাৰামতীৰ এখন সৰু প্ৰশিক্ষক বিমানে মহাৰাষ্ট্ৰৰ পুনে জিলাত দুৰ্ঘটনাগ্ৰস্ত অৱতৰণ কৰে। দুৰ্ঘটনাটোত ভৱিকা ৰাথোদ নামৰ এগৰাকী ২২ বছৰীয়া মহিলা পাইলট আহতপ্ৰাপ্ত হৈছে। পুনে জিলাৰ ইন্দাপুৰ তালুকাৰ কাদবানৱাড়ী গাঁৱত পুৱা প্ৰায় ১১.৩০ বজাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।