আজিৰ ৰাশিফল

Pc Marca

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি আহাৰ মাহৰ ২৮ তাৰিখ বুধবাৰ , ইংৰাজী ১৩ জুলাই |
শুক্লা পক্ষ, পূৰ্ণিমা তিথি ||
* *
সূৰ্য্যোদয় = ৪/৪৩/৮ মি.
সূৰ্য্যোস্থয় = ৬/১৩/৩২ মি.

জন্মতঃ= ধনু ৰাশি (ভ, ধ, ফ), ক্ষত্রিয় বৰ্ন, বৰুণ যোগ, মনুষ্য গন, গন্ধৰ্ব অস্থি |

আদ্যঋতু হলে ঃ= পতিহীনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা গৰু বা ছাগলী দান, অধিপতি গ্ৰহ – শনি |

ভক্ষ্যাভক্ষ্যঃ= আমিষ খোৱা নিষেধ ||
আজিৰ ৰাশিফলঃ =

মেষ = ভ্ৰমনত কষ্ট আছে |
বৃষ = আত্মীয়ৰ আগমন ঘটিব |
মিথুন = আয় বৃদ্ধি হোৱাৰ যোগ আছে |
কৰ্কট = আৰ্থিক সমস্যা বৃদ্ধি হব |
সিংহ = সিদ্ধান্তত খেলিমেলি হব পাৰে |
কন্যা = উত্তম ভোজন লাভ কৰিব |
তুলা = মনৰ চঞ্চলতা বৃদ্ধি হব |
বৃশ্চিক = নতুন আশাৰ সঞ্চাৰ হব |
ধনু = শত্রুক পৰাজয় কৰিব পাৰিব |
মকৰ = যাত্রাত বিঘিনি আছে |
কুম্ভ = হঠাৎ প্ৰাপ্তিৰ যোগ আছে |
মীন = নতুন ব্যস্ততা বৃদ্ধি হব |