ভাৰতীয় নৌসেনাৰ অগ্নিপথ আঁচনিৰ নিযুক্তি ৰ বাবে ৩ দিনত  ১০,০০০ মহিলাৰ পঞ্জীয়ন

Pc Wikipedia

ভাৰতীয় নৌসেনাৰ অগ্নিপথ আঁচনিৰ নিযুক্তি ৰ বাবে ৩ দিনত  ১০,০০০ মহিলাৰ পঞ্জীয়ন

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় নৌসেনাই ১ জুলাইত অগ্নিপথ নিযুক্তি আঁচনিৰ বাবে পঞ্জীয়ন আৰম্ভ কৰিছিল।  পৰ্টেলটো খোলাৰ কেইদিনমানৰ ভিতৰতে প্ৰায় ১০,০০০ মহিলাই এই নিযুক্তি আঁচনিৰ বাবে পঞ্জীয়ন কৰিছে। ভাৰতীয় নৌসেনাই ১ জুলাইত অগ্নিপথ নিযুক্তি আঁচনিৰ অধীনত পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। পঞ্জীয়নৰ পিছত, ভাৰতীয় নৌসেনাই ১৫জুলাইৰ পৰা ৩০ জুলাইলৈ নিযুক্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া মুকলি কৰিব।