গড়চুকত ড্রাগ্‌ছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

pc- india Spend

গড়চুকত ড্রাগ্‌ছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গড়চুক আৰক্ষীয়ে অভিযান চলাই বেটকুছিৰ পৰা ড্রাগ্‌ছসহ মেহবুব আলম নামৰ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীটোৰ পৰা ১১টা ড্রাগ্‌ছভর্তি কণ্টেইনাৰ জব্দ কৰে। জব্দকৃত ড্রাগ্‌ছখিনি হেৰ’ইন বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ধৃত সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে এএছ-০১ৱাই-০৪৭৭ নম্বৰৰ এখন স্কুটী, নগদ ১,২৮০ টকা আৰু এটা ম’বাইল ফোন জব্দ কৰে।